1.ভাৰতৰ প্ৰকৃত কাৰ্য্যবাহী শাসক কোন
ক) ৰাষ্ট্ৰপতি
খ) ৰাজ্যপাল
গ) প্ৰধানমন্ত্ৰী
ঘ) উচ্চতম ন্যায়ালয়
উ- গ
2.ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে ?
ক) এবছৰৰ বাবে
খ) ছমাহৰ বাবে
গ) এমাহৰ বাবে
ঘ) অনিৰ্দিষ্ট সময়লৈ
উ- খ
3.অসমত "মধ্যাহ্ন ভোজন আঁচনি" কিমান চনত আৰম্ভ হৈছিল ?
ক) ২০০৪
খ) ২০০৫
গ) ২০০৬
ঘ) ২০০৮
উ- খ
4.কোনখন ৰাজ্য চৰকাৰে মহিলাসকলৰ সুৰক্ষাৰ বাবে "দামিনী" নামৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে ?
ক) অসম
খ) দিল্লী
গ) উত্তৰ প্ৰদেশ
ঘ) মধ্য প্ৰদেশ
উ- গ
5.RBI a দৃষ্টিহীন সকলক সহায় কৰিবলৈ মুকলি কৰা mobile app টোৰ নাম কি
ক) Paisa Mobile
খ) Money Mobile
গ) Rupee Mobile
ঘ) এটাও নহয়
উ- খ
6. কোনখন ৰাজ্যৰ চৰকাৰে "Amma Vodi" নামৰ নতুন যোজনাৰ আৰম্ভ কৰিছে
ক) মধ্যপ্ৰদেশ
খ) বিহাৰ
গ) তামিলনাডু
ঘ) অন্ধ্ৰপ্ৰদেশ
উ- ঘ
7.নামমাত্র কাৰ্যপালিকা-
ক) প্ৰধানমন্ত্ৰী
খ) ৰাষ্ট্ৰপতি
গ) কেবিনেট মন্ত্ৰী
ঘ) ওপৰৰ এজনো নহয়
উ- খ
8.বংগ বিভাজন সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল?
ক) লৰ্ড উইলিয়াম বেন্টিংক
খ) লৰ্ড কাৰ্জন
গ) লৰ্ড কেনিংগ
ঘ) লৰ্ড ডেলহাউচি
উ- খ
9.চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্রাট কোন আছিল?
ক) বাহাদুৰ শ্বাহ
খ) বাহাদুৰ শ্বাহ দ্বিতীয় (II)
গ) ঔৰংগজেৱ
ঘ) ওপৰৰ এজনো নহয়
উ-খ
10. ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ কেতিয়া গঠন কৰিছিলে?
ক) ১৯২৮ খ্ৰীষ্টাব্দত
খ) ১৮২৮ খ্ৰীষ্টাব্দত
গ) ১৮৬৭ খ্ৰীষ্টাব্দত
ঘ) ১৮৭৫ খ্ৰীষ্টাব্দত
উ-খ
11.বংগ বিভাজন কেতিয়া হৈছিল?
ক) ১৯১১ চনত
খ) ১৯০৪ চনত
গ) ১৯০৯ চনত
ঘ) ১৯০৫ চনত
উ- ঘ
12. অসমত কেতিয়াৰ পৰা ৰে'লগাড়ী চলাচল আৰম্ভ হৈছিল?
ক) ১৮৫৩ চনত
খ) ১৮৮৫ চনত
গ) ১৮৭৩ চনত
ঘ) ওপৰৰ এটাও নহয়
উ- খ
13. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
ক) ওমেশ চন্দ্র বেনাৰ্জী
খ) এলেন অক্টোবিয়ান হিউম
গ) দাদাভাই নৰৌজী
ঘ) সুভাষচন্দ্র বসু
উ- ক
14.মৰ্যাদাপূৰ্ণ ভাবে জীৱন যাপন কৰা-
ক) মৌলিক অধিকাৰ
খ) আইনগত অধিকাৰ
গ) ৰাজনৈতিক অধিকাৰ
ঘ) ওপৰৰ এটাও নহয়
উ- ক) মৌলিক অধিকাৰ
15.Q. অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল?
ক) ১৮৮৮
খ) ১৮৩৮
গ) ১৮৭৯
ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উ- ক) ১৮৮৮
16.অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল?
ক) ১৯১৫ চনত
খ) ১৯২১ চনত
গ) ১৯২৬ চনত
ঘ) ১৯২৫ চনত
উ-গ) ১৯২৬ চনত
17. 'Bulbul Can Sing' চিনেমাৰ পৰিচালক আছিল?
a) জুবিন গাৰ্গ
b) হিমা দাস
c) ৰিমা দাস
d) ওপৰৰ এজনো নহয়
উ- C
18. কোনজন আহোম ৰজা দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
ক) লক্ষ্মীসিংহ
খ) চুহুংমুং
গ) চুকাফা
ঘ) প্রমত্ত সিংহ
উ- ক
19. অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল?
ক) টাইসকলে
খ) মোগলসকলে
গ) আহোমসকলে
ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উ-গ) আহোমসকলে
20.জয়সাগৰ পুখুৰী কোনজন আহোম ৰজা খন্দাইছিল?
ক) ৰাজেশ্বৰ সিংহ
খ) চুহুংমুং
গ) ৰুদ্ৰ সিংহ
ঘ) নৰনাৰায়ণ
উ- গ
21.কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰী খন্দা হৈছিল?
ক) জয়মতী
খ) কনকলতা বৰুৱা
গ) ৰাণী লক্ষ্মীবাঈ
ঘ) ওপৰৰ এজনো নহয়
উ- ক
22.বৰ্তমান অসমত কেইখন তেল শোধনাগাৰ আছে?
ক) ৪ খন
খ) ৫ খন
গ) ৬ খন
ঘ) ৭ খন
উ- ক
23.গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল?
ক) ১৯৪৮
খ) ১৯৫০
গ) ১৯৫৫
ঘ) ১৯৬০
উ- ক
24.অসমীয়া বধকাব্যৰ স্ৰষ্টা কোন?
ক)মাধৱদেৱ
খ)ৰামসৰস্বতী
গ)হেম সৰস্বতী
ঘ)শংকৰদেৱ
উ- খ
25.প্ৰথম অসমীয়া সামাজিক নাট কি?
ক)সীতাৰ পাতাল প্ৰৱেশ
খ)মহিৰাৱণ বধ
গ)ৰাম-নৱমী
ঘ)উৰ্মিলা
উ- গ
26.বৈষ্ণৱ ধৰ্মৰ চাৰি পুথি:-কীৰ্ত্তন,নামঘোষা ,ভক্তি-ৰত্নাৱলী আৰু এখন কি?
ক)গুণমালা
খ)ভক্তি-ৰত্নাকৰ
গ)দশম
ঘ)কথা-ভাগৱত
উ- গ
27."দেৱী আৰু শিৱ"কাৰ গৱেষণা সম্বন্ধীয় গ্ৰন্থ?
ক)নলিনীৱালা দেৱী
খ)নিৰ্মলপ্ৰভা বৰদলৈ
গ)বাণীকান্ত কাকতি
ঘ)ভৱ প্ৰসাদ চলিহা
উ- খ)নিৰ্মলপ্ৰভা বৰদলৈ
28."কেঁচা পাতৰ কপনি" কাৰ উপন্যাস?
ক)যোগেশ দাস
খ)হোমেন বৰগোঁহাঞি
গ)প্ৰফুল্ল দত্ত গোস্বামী
ঘ)শীলভদ্ৰ
উ- গ
29.অসমীয়া সাহিত্যত কোনজন কবিক পথাৰৰ কবি হিচাপে খ্যাত?
ক)হেম বৰুৱা
খ)ৰাম গগৈ
গ)অমিয় কুমাৰ দাস
ঘ)কেশৱ মহন্ত
উ- খ
30.ভটিমা কেইপ্ৰকাৰৰ ?
ক)৬
খ)৫
গ)৪
ঘ)৩
উ- গ
31.পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকাটোৰ নাম?
ক) এন্টিলিয়া
খ) বুৰ্জ খলিফা
গ) ছাংহাই টাৱাৰ
ঘ) এম্পায়াৰ ষ্টেট বিল্ডিং
উ- খ
32.২০১৮ চনত শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ পাইছে-
ক) ডানকাৰ্ক
খ) ডাৰ্কেষ্ট আৱাৰ
গ) দ্য শ্বেপ অৱ ৱাটাৰ
ঘ) বাহুবলী ২
উ- গ
33.পৃথিৱীত সৰ্বমুঠ কেইখন মহাদেশ আছে?
ক) ৪ খন
খ) ৫ খন
গ) ৬ খন
ঘ) ৭ খন
উ- ঘ
34.'The Land of five Rivers' বুলি কোনখন ৰাজ্যক কোৱা হয়?
ক) কেৰেলা
খ) পঞ্জাব
গ) উত্তৰ প্ৰদেশ
ঘ) কৰ্ণাটক
উ- খ
35.২০২০ চনৰ এচিয়াৰ বিশ্ববিদ্যালয় সমূহৰ ভিতৰত কোনখন বিশ্ববিদ্যালয় শীৰ্ষ স্থানত আছে?
a) Peking University
b) Tsinghua University
c) National University of Singapore
d) None
উ- C
36.' অসমৰ সংস্কৃতি' শীৰ্ষক গ্ৰন্থখনৰ লিখক কোন?
ক) ড° বাণীকান্ত কাকতি
খ) ড° হিৰেন গোহাঁই
গ) ড° লীলা গগৈ
ঘ) ওপৰৰ এজনো নহয়
উ- গ
37.নিকাসংহতিৰ পৃষ্ঠপোষক কোন আছিল??
a)মাধৱদেৱ
b)ৰামৰায়
c)গোপাল আতা
d)দামোদৰ দেৱ
উ- ক
38.নিৰ্মল প্ৰভা বৰদলৈয়ে অসমীয়া লোক সংস্কৃতিৰ সম্পৰ্কত লিখা গ্ৰন্থখনৰ নাম কি??
a)অসমৰ লোক-সংস্কৃতিৰ ৰূপৰেখা
b)অসমীয়া লোক-সংস্কৃতি
c)অসমৰ লোক-সংস্কৃতি
d)অসমৰ লোক-সংস্কৃতিৰ আভাস
উ- C
39.প্ৰথম অসমীয়া চনেট পুথিখন কি??
a)প্ৰিয়তমাৰ চিঠি
b)মালচ
c)চকুলো
d)চন্দ্ৰহাৰ
উ- B
40."মোৰ যে কিমান হেঁপাহৰ" নামৰ গীতৰ পুথিখনৰ বাবে কোন জন সাহিত্যিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল??
a)অমলেন্দু গুহ
b)মহিম বৰা
c)অমূল্য বৰুৱা
d)কেশৱ মহন্ত
উ- D
41.নৱকান্ত বৰুৱাই কোনখন কাব্যপুথিৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল??
a)হে অৰণ্য,হে মহানগৰ
b)ৰত্নাকৰ
c)মোৰ আৰু পৃথিৱীৰ
d)ৰাৱণ
উ- C
42.প্ৰথম অসমীয়া আই. চি. এছ বিষয়া কোন আছিল?
ক) আনন্দৰাম বৰুৱা
খ) কোশল কোৱৰ
গ) মুকুন্দ কাকতি
ঘ) ড° বানিকান্ত কাকতি
উ- ক
43.পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম নদী কোনখন?
ক) নীল নদী
খ) আমাজন
গ) মেকংগ
ঘ) ব্ৰহ্মপুত্ৰ
উ- ক
44. "ৰাষ্ট্ৰদোহীৰ দিন-লিপি" গ্ৰন্থখনৰ লিখক কোন?
ক) মৃনাল তালুকদাৰ
খ) অজিত ভূঞা
গ) পৰাগ দাস
ঘ) ওপৰৰ এজনো নহয়
উ- গ
45.ধলা-শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
ক) ব্ৰহ্মপুত্ৰ ( Brahmaputra)
খ) লুহিত ( Lohit)
গ) বৰাক( Barak)
ঘ) দিহিং ( Dihing)
উ- খ
46.উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদ বনাম ৰাম মন্দিৰ বিবাদৰ ঐতিহাসিক ৰায়দান কেতিয়া দিছিল?
ক) ৯ নবেম্বৰ, ২০১৯
খ) ১০ নবেম্বৰ, ২০১৯
গ) ১১ নবেম্বৰ, ২০১৯
ঘ) ওপৰৰ এটাও নহয়
উ- ক
47.উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক কোৱা হয়?
ক) গুৱাহাটী
খ) ধুবুৰী
গ) নলবাৰী
ঘ) নগাঁও
উ- ক
48.কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত?
ক) বৰাইল
খ) হাফলং
গ) জাটিংগা
ঘ) এটাও নহয়
উ- গ
49.ৰাষ্ট্ৰীয় শিক্ষা নীতি কোন চনত প্ৰৱৰ্তন কৰা হৈছিল?
ক) ১৯৮৫
খ) ১৯৮৬
গ) ১৯৮৭
ঘ) ওপৰৰ এটাও নহয়
উ- খ
50. অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?
ক) ৫ খন
খ) ১০ খন
গ) ৭ খন
ঘ) ৬ খন
উ- ক
No comments:
Post a Comment